ভাৰতৰ বিভান্ন ৰাজ্যত নিযুক্তি দিবৰ বাবে কেইবাটাও বেংকে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷
ADVERTISEMENT
১. State Bank of India ত চাকৰি :
ডিপাৰ্টমেণ্ট | State Bank of India |
পদৰ সংখ্যা | ৬১০০ টা |
পদ | শিক্ষানবিচ |
আবেদনৰ অন্তিম তাৰিখ | ২৬/০৭/২০২১ |
অনলাইন আবেদন | ইয়াত ক্লিক কৰক |
২.অসম ত বেংকৰ চাকৰি :
ডিপাৰ্টমেণ্ট | IBPS |
পদৰ সংখ্যা | ৫৮৩০ টা |
পদ | কেৰাণী |
আবেদনৰ অন্তিম তাৰিখ | ০১-০৮-২০২১ |
সবিশেষ জানক | ইয়াত ক্লিক কৰক |
৩.Axis Bank ত চাকৰি :
ডিপাৰ্টমেণ্ট | Axis Bank |
পদৰ সংখ্যা | ১৭০০০+ টা |
অৰ্হতা | – |
আবেদনৰ অন্তিম তাৰিখ | ৩১-০৭-২০২১ |
অনলাইন আবেদন | ইয়াত ক্লিক কৰক |
বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।