Latest Bank Jobs : Apply 28930 Vacancy

ভাৰতৰ বিভান্ন ৰাজ্যত নিযুক্তি দিবৰ বাবে কেইবাটাও বেংকে  আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

bank-jobs

১. State Bank of India ত  চাকৰি :

ডিপাৰ্টমেণ্ট State Bank of India
পদৰ সংখ্যা ৬১০০ টা
পদ শিক্ষানবিচ
আবেদনৰ অন্তিম তাৰিখ ২৬/০৭/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

২.অসম ত বেংকৰ চাকৰি :

ডিপাৰ্টমেণ্ট IBPS
পদৰ সংখ্যা ৫৮৩০ টা 
পদ কেৰাণী
আবেদনৰ অন্তিম তাৰিখ ০১-০৮-২০২১
সবিশেষ জানক ইয়াত ক্লিক কৰক

অসম চৰকাৰৰ আহিবলগীয়া ১ লাখ চাকৰিৰ খবৰৰ লগতে দৰকাৰী Notes বোৰ লাভ কৰিবলৈ আমাৰ Whatsapp Group ত জইন হৈ লওক-Click Here

৩.Axis Bank ত  চাকৰি :

ডিপাৰ্টমেণ্ট Axis Bank
পদৰ সংখ্যা ১৭০০০+  টা 
অৰ্হতা 
আবেদনৰ অন্তিম তাৰিখ ৩১-০৭-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়ক

Leave a Reply

Your email address will not be published. Required fields are marked *