ভাৰত চৰকাৰৰ ৰেলৱে বিভাগৰ দক্ষিণ আৰু পশ্চিম ৰেলৱে ৬৯১৩ টা পদত নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷
১.দক্ষিণ ৰেলৱে (Southern Railway) ত চাকৰি :
ডিপাৰ্টমেণ্ট | দক্ষিণ ৰেলৱে |
পদৰ সংখ্যা | ৩৩২২ টা |
অৰ্হতা | ১০ পাছ |
আবেদনৰ অন্তিম তাৰিখ | ৩০-০৬-২০২১ |
অনলাইন আবেদন | ইয়াত ক্লিক কৰক |
২.পশ্চিম ৰেলৱে (Western Railway) ত চাকৰি :
ডিপাৰ্টমেণ্ট | পশ্চিম ৰেলৱে |
পদৰ সংখ্যা | ৩৫৯১ টা |
অৰ্হতা | ১০ পাছ |
আবেদনৰ অন্তিম তাৰিখ | ২৪-০৬-২০২১ |
অনলাইন আবেদন | ইয়াত ক্লিক কৰক |
বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্ব তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।
ADVERTISEMENT