Latest Job

আবেদন কৰক ৰেলৱে বিভাগৰ ৩৩৬৬ টা শিক্ষানবিচ পদত । Indian Railway Jobs

পূব ৰেলৱে বিভাগে শিক্ষানবিচ পদত নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

south-east-central-railway-recruitment

১.পূব ৰেলৱে ত নিযুক্তি :

ডিপাৰ্টমেণ্ট পূব ৰেলৱে (Eastern Railway)
পদৰ সংখ্যা ৩৩৬৬ টা 
অৰ্হতা  ৮ & ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ০৩-১১-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক




২.উত্তৰ ৰেলৱে ত নিযুক্তি :

ডিপাৰ্টমেণ্ট উত্তৰ ৰেলৱে (Northern Railway)
পদৰ সংখ্যা ৩০৯৩ টা 
অৰ্হতা  ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ২০-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৩.চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কচ ত নিযুক্তি :

ডিপাৰ্টমেণ্ট চিত্তৰঞ্জন লোকোমোটিভ ৱৰ্কচ
পদৰ সংখ্যা ৪৯২ টা 
অৰ্হতা  ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ০৩-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

Related Articles

17 Comments

  1. Sir I am interested.I am class 12 passed student.And I have a good communication skill.And if I get a chance over here I will give my 100% best.I hereby declare that above given particulars are true oh the best of my knowledge and belief.
    Thankyou.

Back to top button