চৰকাৰী চাকৰিঃ অসম চৰকাৰৰ ৭০০০+ টা পদৰ বাবে কেইবাটাও বিভাগত অনলাইন আবেদন বিচৰা হৈছে ।

অসম চৰকাৰৰ কেইবাটাও বিভাগত  নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন বিভাগীয় কৰ্তৃপক্ষই প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি আনুষ্ঠানিক বিজ্ঞাপন জাৰি কৰিছে কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

ADVERTISEMENT

১.অসম চৰকাৰৰ উপায়ুক্তৰ কাৰ্যালয় ত নিযুক্তি :

ডিপাৰ্টমেণ্ট উপায়ুক্তৰ কাৰ্যালয় , বঙাইগাও
পদৰ সংখ্যা ২৬২ টা
আবেদনৰ অন্তিম তাৰিখ 22-০১-২০২১
অনলাইন এপ্লিকেচন  ইয়াত ক্লিক কৰক

২.অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়ত চাকৰিঃ

ডিপাৰ্টমেণ্ট চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়
পদৰ সংখ্যা ৯৭ টা
আবেদনৰ অন্তিম তাৰিখ ২৫-০১-২০২১
অনলাইন এপ্লিকেচন    ইয়াত ক্লিক কৰক 

৩.অইল ইণ্ডিয়া (Oil India) ত চাকৰি :

ডিপাৰ্টমেণ্ট অইল ইণ্ডিয়া
পদৰ সংখ্যা ৪৮১ টা
আবেদনৰ অন্তিম তাৰিখ 20-০১-২০২১
অনলাইন এপ্লিকেচন  ইয়াত ক্লিক কৰক

৪.অসম চৰকাৰৰ ডিচি অফিচত নিযুক্তি:

ডিপাৰ্টমেণ্ট উপায়ুক্তৰ কাৰ্যালয় , কামৰূপ
পদৰ সংখ্যা 82 টা
আবেদনৰ অন্তিম তাৰিখ ১৮-০১-২০২১
অনলাইন এপ্লিকেচন  ইয়াত ক্লিক কৰক

৫.কৰ্মচাৰী নিৰ্বাচন আয়োগত নিযুক্তি:

ডিপাৰ্টমেণ্ট কৰ্মচাৰী নিৰ্বাচন আয়োগ
পদৰ সংখ্যা ৬৫০৬ টা
আবেদনৰ অন্তিম তাৰিখ ৩১-০১-২০২১
অনলাইন এপ্লিকেচন   ইয়াত ক্লিক কৰক 

বিঃদ্ৰঃ আবেদনকাৰীসকলক অনলাইন আবেদন কৰাৰ পূৰ্বে চৰকাৰী অধিসূচনা জমা দিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।