অসম চৰকাৰৰ কেইবাটাও বিভাগত নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷
১.অসমৰ গ্ৰামোন্নয়ন বিভাগত চাকৰিঃ
ডিপাৰ্টমেণ্ট | পঞ্চায়ত আৰু গ্ৰামোন্নয়ন |
পদৰ সংখ্যা | ১৩২৪ টা |
আবেদনৰ অন্তিম তাৰিখ | ১৬-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
২.ভূমি সংৰক্ষণ বিভাগত চাকৰি :
ডিপাৰ্টমেণ্ট | ভূমি সংৰক্ষণ বিভাগ |
পদৰ সংখ্যা | ১৪৩ টা |
আবেদনৰ অন্তিম তাৰিখ | ১২-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৩. পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি :
ডিপাৰ্টমেণ্ট | পঞ্চায়ত আৰু গ্ৰামোন্নয়ন |
পদৰ সংখ্যা | ৩৭৭ টা |
আবেদনৰ অন্তিম তাৰিখ | ১০-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৪. সৰ্ব শিক্ষা অভিযান ত বিভাগত চাকৰি :
ডিপাৰ্টমেণ্ট | সৰ্ব শিক্ষা অভিযান |
পদৰ সংখ্যা | ৫৪৩ টা |
আবেদনৰ অন্তিম তাৰিখ | 0৭-০১-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৫.অসম সচিবালয়ত নিযুক্তি:
ডিপাৰ্টমেণ্ট | অসম সচিবালয় |
পদৰ সংখ্যা | ৮৬ টা |
আবেদনৰ অন্তিম তাৰিখ | ২০-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৬.অসমৰ কৃষি বিভাগত নিযুক্তি :
ডিপাৰ্টমেণ্ট | কৃষি বিভাগ |
পদৰ সংখ্যা | ১৫৭ টা |
আবেদনৰ অন্তিম তাৰিখ | ১৫-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৭.অসমৰ মীন বিভাগত নিযুক্তি:
ডিপাৰ্টমেণ্ট | মীন বিভাগ |
পদৰ সংখ্যা | ০৫ টা |
আবেদনৰ অন্তিম তাৰিখ | ০৫-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৮.কৰ্মচাৰী ৰাজ্যিক বীমা নিগম অসমত চাকৰি:
ডিপাৰ্টমেণ্ট | কৰ্মচাৰী ৰাজ্যিক বীমা নিগম অসম |
পদৰ সংখ্যা | ১৭ টা |
আবেদনৰ অন্তিম তাৰিখ | ২৩-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
৯. ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় ত চাকৰি :
ডিপাৰ্টমেণ্ট | ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় |
পদৰ সংখ্যা | 0৪ টা |
আবেদনৰ অন্তিম তাৰিখ | ০৬-০২-২০২১ |
অনলাইন এপ্লিকেচন | ইয়াত ক্লিক কৰক |
বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্ব তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।
I’m himanshu baro I’m 10pass and studant 11
Teok Borborah Goan.
Po. Jakharia ( Teok )
Pin 785112
PS . Teok
Diste. Jorhat
State.. Assam
Hiiii I am Mridul Saikia I am interested for this job…..
Hi I am Rekhamoni Kalita. I am interested for this job….