অসম চৰকাৰৰ কেইবাটাও বিভাগে নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷ সেয়েহে, শেষলৈকে ইয়াক মনোযোগেৰে পঢ়ক আৰু আবেদন কৰিবলৈ অনলাইন পৰ্টেলৰ লিংকটো আমাৰ প্ৰবন্ধত আপোনাৰ বাবে উপলব্ধ কৰা হ’ব।
বিভিন্ন পদৰ বাবে ১৪৪০০+ টা খালী পদ মুকলি কৰা হৈছে যাৰ অনুসৰি আপোনাক নিযুক্তি দিয়া হ’ব। প্ৰতি বছৰে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰে কিন্তু কেৱল যোগ্য প্ৰাৰ্থীসকলক হে এই পদৰ বাবে নিয়োগ কৰা হয়। এই বিষয়ে অধিক তথ্যৰ বাবে, যদি আপুনি বিচাৰে, আপুনি অফিচিয়েল অধিসূচনা পঢ়ি পৰীক্ষা কৰিব পাৰে, যাৰ লিংক টো আমাৰ প্ৰবন্ধত দিয়া হৈছে।
১. চিকিৎসা শিক্ষা সঞ্চালকালয় ত চাকৰি :
নিযুক্তি কৰ্তৃপক্ষৰ নাম | চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম |
পদৰ সংখ্যা | ১৪১৫ টা |
অৰ্হতা | ৮ পাছৰ পৰা |
আবেদনৰ অন্তিম তাৰিখ | ০৭-০৪-২০২২ |
অনলাইন আবেদন & বিৱৰণ | ইয়াত ক্লিক কৰক |
২.অসম চৰকাৰৰ বৃহৎ নিযুক্তি –
পদৰ সংখ্যা | ১৩৩০০ টা |
অৰ্হতা | ৮ পাছৰ পৰা |
আবেদনৰ অন্তিম তাৰিখ | ৩০-০৫-২০২২ |
আবেদন & বিৱৰণ | ইয়াত ক্লিক কৰক |
বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।
8822978
Dibrugarh me mahi he kya vacancy
Help me sir ji I am Pankaj for dekiyajuli c no 70099690518
I love my job i am ready sir col me 7795067898