ভাৰত আৰু অসম চৰকাৰৰ ৭০০০০ টা পদৰ বাবে কেইবাটাও বিভাগত অনলাইন আবেদন বিচৰা হৈছে । Latest Goverment Jobs

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগত  নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

Latest-Govt-Job

১.কৰ্মচাৰী চয়ন আয়োগত চাকৰি :

ডিপাৰ্টমেণ্ট কৰ্মচাৰী চয়ন আয়োগ
পদৰ সংখ্যা ৫০,০০০-৬০,০০০ টা
অৰ্হতা  ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ NA
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

২.OIL ডুলিয়াজান ত বৃহৎ নিযুক্তি :

ডিপাৰ্টমেণ্ট OIL
পদৰ সংখ্যা ১১৯ টা
অৰ্হতা  ১০ পাছ
Walk-in Date:  ২৪/০৫/২০২১ – ২২/০৬/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৩.DFCCIL বিভাগত চাকৰি :

ডিপাৰ্টমেণ্ট GFCCIL
পদৰ সংখ্যা ১০৭৪ টা
অৰ্হতা  ১০ পাছ ৰ পৰা আৰম্ভ
আবেদনৰ অন্তিম তাৰিখ
অনলাইন এপ্লিকেচন ইয়াত ক্লিক কৰক

৪.একলব্য মডেল আৱাসিক বিদ্যালয় ত চাকৰি :

ডিপাৰ্টমেণ্ট একলব্য মডেল আৱাসিক বিদ্যালয় 
পদৰ সংখ্যা ৩৪৭৯ টা
অৰ্হতা 
আবেদনৰ অন্তিম তাৰিখ ৩১-০৫-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৫.RITES Limited ত চাকৰি :

ডিপাৰ্টমেণ্ট RITES Limited
পদৰ সংখ্যা ১৪৬ টা
অৰ্হতা  ১০/ITI
আবেদনৰ অন্তিম তাৰিখ ১২-০৫-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৬.কৰ্মচাৰী ৰাজ্য বিমা নিগম বিভাগত নিযুিক্ত :

ডিপাৰ্টমেণ্ট কৰ্মচাৰী ৰাজ্য বিমা নিগম বিভাগ
পদৰ সংখ্যা ৬৫৫২ টা
অৰ্হতা  ১২ পাছ
আবেদনৰ অন্তিম তাৰিখ NR
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৭.অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত চাকৰি :

ডিপাৰ্টমেণ্ট ভূমি সংৰক্ষণ বিভাগ
পদৰ সংখ্যা ২৭ টা
পদ এচিচটেণ্ট
আবেদনৰ অন্তিম তাৰিখ ২৮-০৫-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৮.ONGC শিৱসাগৰত চাকৰি :

ডিপাৰ্টমেণ্ট ONGC
পদৰ সংখ্যা ৫০ টা
পদ এচিচটেণ্ট
আবেদনৰ অন্তিম তাৰিখ ১৯-০৫-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৯.পশুপালন আৰু পশু চিকিৎসা বিভাগত চাকৰি :

ডিপাৰ্টমেণ্ট পশুপালন আৰু পশু চিকিৎসা বিভাগ
পদৰ সংখ্যা ৬৯৪ টা
অৰ্হতা  ১০/১২/ডিগ্ৰী পাছ
আবেদনৰ অন্তিম তাৰিখ NA
অনলাইন এপ্লিকেচন ইয়াত ক্লিক কৰক

১০.ভাৰতীয় ৰেলৱে বিভাগত চাকৰি :

ডিপাৰ্টমেণ্ট ৰেলৱে বিভাগ
পদৰ সংখ্যা ৩০০০+ টা
অৰ্হতা  ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ NA
অনলাইন এপ্লিকেচন ইয়াত ক্লিক কৰক

 

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্ব তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

4 thoughts on “ভাৰত আৰু অসম চৰকাৰৰ ৭০০০০ টা পদৰ বাবে কেইবাটাও বিভাগত অনলাইন আবেদন বিচৰা হৈছে । Latest Goverment Jobs”

Leave a Comment

Your email address will not be published. Required fields are marked *