চাকৰি খবৰ : আবেদন কৰক ২৭৯৬৮ টা বিভিন্ন বিভাগৰ চাকৰিৰ পদত ।। ।Latest Goverment Jobs in 2021

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ লগতে বিভিন্ন বেংক বিভাগে নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

চৰকাৰী চাকৰিৰ খবৰ ২০২১

নিযুক্তি কৰ্তৃপক্ষৰ নাম ভাৰত আৰু অসম চৰকাৰ 
খালী পদ পিয়ন,চকীদাৰ, ট্ৰেডছমেন,  ড্ৰাইভাৰ, সহায়ক,,শিক্ষক ইত্যাদি
আবেদন প্ৰক্ৰিয়া  অনলাইন & অফলাইন
আবেদনৰ শেষ তাৰিখ  বিভিন্ন




ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নিষুক্তি  ২০২১

১. অসম ৰাইফলছ ত চাকৰি :

ডিপাৰ্টমেণ্ট অসম ৰাইফলছ
পদৰ সংখ্যা ১২৩০ টা
অৰ্হতা  ১০ আৰু ১২ পাছ
আবেদনৰ অন্তিম তাৰিখ ২৫/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

২.পূব ৰেলৱেত নিযুক্তি :

ডিপাৰ্টমেণ্ট পূব ৰেলৱে
পদৰ সংখ্যা ৩৩৬৬ টা 
অৰ্হতা  ৮ আৰু ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ০৩-১১-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক




৩. ভাৰতীয় নৌ-সেনাত চাকৰি –

ডিপাৰ্টমেণ্ট ভাৰতীয় নৌ-সেনা
পদৰ সংখ্যা ২৫০০ টা 
অৰ্হতা  ১২ পাছৰ পৰা
আবেদনৰ অন্তিম তাৰিখ ২৫-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৪. কৰ্মচাৰী চয়ন আয়োগ ত মুকলি –

ডিপাৰ্টমেণ্ট কৰ্মচাৰী চয়ন আয়োগ
পদৰ সংখ্যা ৩২৬১ টা 
অৰ্হতা  ১০ পাছৰ পৰা
আবেদনৰ অন্তিম তাৰিখ ২৫-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৫. গুৱাহাটী হাইকোৰ্ট ত চাকৰি –

ডিপাৰ্টমেণ্ট গুৱাহাটী হাইকোৰ্ট 
পদৰ সংখ্যা ২৩৭ টা 
খালী পদ LDA আৰু Copyist
আবেদনৰ অন্তিম তাৰিখ ৩১-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৬.ভাৰতীয় ৰেলৱেত নিযুক্তি :

ডিপাৰ্টমেণ্ট উত্তৰ  ৰেলৱে
পদৰ সংখ্যা ৩০৯৩ টা 
অৰ্হতা  ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ২০-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৭. State Bank of India ত চাকৰি –

ডিপাৰ্টমেণ্ট State Bank of India
পদৰ সংখ্যা ২০৫৬ টা
পদৰ নাম Probationary Officer
আবেদনৰ অন্তিম তাৰিখ ২৫/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৮. অসমৰ শিক্ষা বিভাগত চাকৰি –

ডিপাৰ্টমেণ্ট প্ৰাথমিক শিক্ষা সঞ্চালকালয়
পদৰ সংখ্যা ৯৩৫৪ টা
পদৰ নাম ১২ পাছৰ পৰা
আবেদনৰ অন্তিম তাৰিখ ২৭/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৯. মাধ্যমিক শিক্ষা সঞ্চালকালয়ত চাকৰি –

ডিপাৰ্টমেণ্ট মাধ্যমিক শিক্ষা সঞ্চালকালয়
পদৰ সংখ্যা ২২৭২ টা
পদৰ নাম শিক্ষক
আবেদনৰ অন্তিম তাৰিখ ২০/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

১০.বৰপেটা ন্যায়পালিকা ত চাকৰি :

ডিপাৰ্টমেণ্ট বৰপেটা ন্যায়পালিকা
পদৰ সংখ্যা ০৩ টা 
অৰ্হতা  ৮ পাছ
আবেদনৰ অন্তিম তাৰিখ ২৭-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

১১. শোনিতপুৰ ন্যায়পালিকা ত চাকৰি :

ডিপাৰ্টমেণ্ট  শোনিতপুৰ ন্যায়পালিকা
পদৰ সংখ্যা ০২ টা
অৰ্হতা  ৮ পাছ
আবেদনৰ অন্তিম তাৰিখ ১৬/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

১২.অসমত ৰ জলসম্পদ বিভাগত চাকৰি :

ডিপাৰ্টমেণ্ট জলসম্পদ বিভাগ
পদৰ সংখ্যা ১০০ টা 
পদ AE আৰু JE
আবেদনৰ অন্তিম তাৰিখ ২৪-০৯-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

১৩.IBPS ত চাকৰি :

ডিপাৰ্টমেণ্ট IBPS
পদৰ সংখ্যা ৫৮৩০ টা
অৰ্হতা স্নাতক
আবেদনৰ অন্তিম তাৰিখ ২৫/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

১8.অসমত অইলৰ চাকৰি :

ডিপাৰ্টমেণ্ট ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড
পদৰ সংখ্যা ৫১৩ টা 
অৰ্হতা  ডিপ্লোমা
আবেদনৰ অন্তিম তাৰিখ ১২-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

১৫. জলসম্পদ বিভাগ ত চাকৰি –

ডিপাৰ্টমেণ্ট জলসম্পদ বিভাগ, ডিফু
পদৰ সংখ্যা ১০ টা 
অৰ্হতা  ৮ পাছৰ পৰা
আবেদনৰ অন্তিম তাৰিখ ১৯-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়ক

22 comments

    1. ছাৰ নমস্কাৰ গ্ৰহণ কৰিব , প্রথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোকে ভাৰতৰ বহু দুখীয়া পৰিয়ালৰ বাবে এনেধনৰ এটা পদক্ষেপ লোৱাৰ বাবে। কাৰণ মই এই কাৰণে কথাষাৰ অৱগত কৰিছো যে মইয়ো এটা সাধাৰণ দিন হাজিৰা কৰা লৰা, যদিহে আপোনালোকে আপোনালোকৰ বহুমূলীয়া এটা সাধাৰণ পদ দিব পাৰে তেন্তে মোৰ লগতে মা দেউতাই নঠৈ আনন্দিত হব।

  1. অসমীয়া ভাষাত ৱেবছাইট বনোৱাৰ বাবে ধন্যাবাদ । আমি সকলোৱে অসমীয়া ভাষাক অধিক গুৰুত্ব দিব লাগে , অন্যথা ভাষাৰ মৰ্য্যদা কমি অহিব । অসম বচাবলৈ হলে ভাষা বচাব লাগিব । আধুনিকতাৰ প্ৰভাব ইমানেই পৰিছে যে অসমীয়া ভাষাটো কিবা আদিম ভাষা বুলি পৰিগনিত হ্ববলৈ লৈছে । অসমীয়া ভষাৰ প্ৰচলন কমি অহিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *