চৰকাৰী চাকৰিঃ ভাৰত চৰকাৰৰ ৩৬৫৩৩ টা পদৰ বাবে কেইবাটাও বিভাগত অনলাইন আবেদন বিচৰা হৈছে ।

ভাৰত চৰকাৰৰ কেইবাটাও বিভাগত  নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

ADVERTISEMENT

১.কৰ্মচাৰী চয়ন আয়োগত চাকৰি :

ডিপাৰ্টমেণ্ট কৰ্মচাৰী চয়ন আয়োগ
পদৰ সংখ্যা ৯০০০+ টা
অৰ্হতা  মেট্ৰিক পাছ
অনলাইন এপ্লিকেচন   ইয়াত ক্লিক কৰক

Join Our Whatsapp

২.নেহেৰু যুৱ কেন্দ্ৰত চাকৰি :

ডিপাৰ্টমেণ্ট নেহেৰু যুৱ কেন্দ্ৰ
পদৰ সংখ্যা ১৩২০৬ টা
অৰ্হতা  মেট্ৰিক পাছ
অনলাইন এপ্লিকেচন  ইয়াত ক্লিক কৰক

৩. ভাৰতীয় পশুপালন নিগমত চাকৰি :

ডিপাৰ্টমেণ্ট ভাৰতীয় পশুপালন নিগম
পদৰ সংখ্যা ৩২১৬ টা
অৰ্হতা  মেট্ৰিক পাছ
অনলাইন এপ্লিকেচন  ইয়াত ক্লিক কৰক

৪. ভাৰতৰ নিয়নত্ৰক আৰু মহালেখা পৰীক্ষক বিভাগত  চাকৰি :

ডিপাৰ্টমেণ্ট ভাৰতৰ নিয়নত্ৰক আৰু মহালেখা পৰীক্ষক
পদৰ সংখ্যা ১০৮১১ টা
আবেদনৰ অন্তিম তাৰিখ ১৯-০২-২০২১
অনলাইন এপ্লিকেচন    ইয়াত ক্লিক কৰক 

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্ব তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।