SI পৰীক্ষাত অহা প্ৰশ্ন আৰু উত্তৰ :
১.লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা সংগঠনটোৰ নাম কি?
উত্তৰ-অসম সাহিত্য সভা
২.নামঘোষা কাৰ ৰচনা?
উত্তৰ-মাধৱদেৱৰ
৩.বৰপেটা সত্ৰ কোনে বনাইছিল?
উত্তৰ-মাধৱদেৱে
৪.মায়ামৰা সত্ৰ কোনে বনাইছিল?
উত্তৰ-শংকৰদেৱে
৫.হীৰাকুট নদী বান্ধ কোন নদীৰ ওপৰত?
উত্তৰ-মহানদী
৬.ভূপেন হাজৰিকা সেঁতু কোন নদীৰ ওপৰত?
উত্তৰ-লোহিত
৭.নুহ-ছিপিহিৰ কাৰ ৰচনা?
উত্তৰ-আমিৰ খচশ্ৰু
৮.অসমৰ পূব দিশত কোনবোৰ ৰাজ্য আছে?
উত্তৰ-অৰুণাচল প্ৰদেশ
৯.পানীদিহিং অভয়াৰণ্য কোনখন জিলাত?
উত্তৰ-শিৱসাগৰ
১০.অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ-ওৰাং
১১.অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত আছে ?
উত্তৰ-যোৰহাটত
১২.বুচু ডিমা কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ-ডিমাচা
১৩.হাচং কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ-ৰাভা
১৪.শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?
উত্তৰ-উদয়াদিত্য সিংহ
১৫.লতাকটা ৰণ কাৰ দিনত হৈছিল?
উত্তৰ-ৰাজেশ্বৰ সিংহৰ দিনত
১৬.কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ- বিশ্ব সিংহ
১৭.পাল বংশটি কেইটি স্থাপনা কৰিছিল?
উত্তৰ- ব্ৰহ্ম পাল
১৮.ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল?
উত্তৰ- হৰ্ষৱৰ্ধন
১৯.কনকলতা বৰুৱা কোনখন আন্দোলনত মৃত্যুবৰণ কৰিছিল?
উত্তৰ- ভাৰত এৰি
২০.যোৰহাট ৰাজহুৱা সভাৰ সভাপতি কোন আছিল?
উত্তৰ- জগন্নাথ বৰুৱা
২১.অসম সংৰক্ষণ সমিতি কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ-অম্বিকাগিৰি ৰায়চৌধুৰীয়ে
২২.দ্বিতীয় ঘুৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল?
উত্তৰ-চন্দ্ৰধৰ বৰুৱা
২৩. ১৯৫৬ চনত ৰাজ্যসমূহৰ পুনৰ্গঠনৰ ভিত্তি কি আছিল?
উত্তৰ-ভাষা
২৪.NEP মানে?
উত্তৰ- National education policy
২৫.পুংগাল কোন ৰাজ্যৰ উৎসৱ?
উত্তৰ- তামিলনাডু
২৬.খালচা পন্থা কোনে আনিছিল?
উত্তৰ:-গুৰু গোবিন্দ সিঙে
২৭.ইৰাণৰ প্ৰক্ষেপিত প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ-Noor 1
২৮.Disaster management act passed when?
উত্তৰ:2005
২৯.বিহগী কবি কোন?
উত্তৰ-ৰঘুনাথ চৌধাৰী
৩০.দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাস?
উত্তৰ- জীৱনৰ বাটত আৰু সেউজীয়া পাতৰ দৰে
৩১.উমানন্দ মন্দিৰ পুনঃ নিৰ্মাণ কোনে কৰিছিল?
উত্তৰ- গদাধৰ সিংহ
৩২.কংগ্ৰেছৰ কোন অধিবেশনত মৌলিক অধিকাৰৰ প্ৰস্তাৱ লোৱা হৈছিল?
উত্তৰ-১৯৩১ চনৰ কৰাচী অধিবেশনত
৩৩.হুদুম উৎসৱ কোন জিলাত পালন কৰা হয়?
উত্তৰ-গোৱালপাৰা
৩৪.অশোকৰ শিলালিপি সমূহ পোন প্ৰথমে কোনে উদ্বাৰ কৰিছিল?
উত্তৰ-James princep
৩৫.১০ ডিচেম্বৰ কি দিৱস?
উত্তৰ-মানৱ অধিকাৰ
৩৬.কামৰূপৰ বিষয়ে কোন প্ৰশস্তিত উল্লেখ আছে?
উত্তৰ-এলাহাবাদ প্ৰশস্তিত
৩৭.খাজোৰাহো মন্দিৰ কোন বংশৰ ৰাজত্ব কালত হৈছিল?
উত্তৰ:--চাণ্ডেলা বংশ
৩৮.ভাৰতৰ প্ৰথম বাতৰি কাকত?
উত্তৰ-বেংগল গেজেট
৩৯.The history of the assam rifels written by?
উত্তৰ-L.W Shakespeare
৪০.ৰাজা ৰামমোহন ৰায়ক কোনে লণ্ডনলৈ পঠিয়াইছিল?
উত্তৰ- দ্বিতীয় আকবৰ শ্বাহে
৪১.কলিকতা হিন্দু কলেজ কোনে নিৰ্মান কৰিছিল?
উত্তৰ:-ৰাজা ৰামমোহন ৰায়ে
৪২.ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- ব্ৰহ্মৰ ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী।
Download Assam Police SI Question Paper : Click Here