অসম পুলিচ ৰ SI পৰীক্ষাত কি কি প্ৰশ্ন আহিছিল চাওক ।Assam Police SI Exam Solved Question Paper

SI পৰীক্ষাত অহা  প্ৰশ্ন আৰু উত্তৰ :

১.লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা সংগঠনটোৰ নাম কি?
উত্তৰ-অসম সাহিত্য সভা

ADVERTISEMENT

২.নামঘোষা কাৰ ৰচনা?
উত্তৰ-মাধৱদেৱৰ

৩.বৰপেটা সত্ৰ কোনে বনাইছিল?
উত্তৰ-মাধৱদেৱে

ADVERTISEMENT

৪.মায়ামৰা সত্ৰ কোনে বনাইছিল?
উত্তৰ-শংকৰদেৱে

৫.হীৰাকুট নদী বান্ধ কোন নদীৰ ওপৰত?
উত্তৰ-মহানদী

৬.ভূপেন হাজৰিকা সেঁতু কোন নদীৰ ওপৰত?
উত্তৰ-লোহিত

ADVERTISEMENT

৭.নুহ-ছিপিহিৰ কাৰ ৰচনা?
উত্তৰ-আমিৰ খচশ্ৰু

৮.অসমৰ পূব দিশত কোনবোৰ ৰাজ্য আছে?
উত্তৰ-অৰুণাচল প্ৰদেশ

৯.পানীদিহিং অভয়াৰণ্য কোনখন জিলাত?
উত্তৰ-শিৱসাগৰ

১০.অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ-ওৰাং

১১.অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত আছে ?
উত্তৰ-যোৰহাটত

১২.বুচু ডিমা কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ-ডিমাচা

১৩.হাচং কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ-ৰাভা

১৪.শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?
উত্তৰ-উদয়াদিত্য সিংহ

১৫.লতাকটা ৰণ কাৰ দিনত হৈছিল?
উত্তৰ-ৰাজেশ্বৰ সিংহৰ দিনত

১৬.কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ- বিশ্ব সিংহ

১৭.পাল বংশটি কেইটি স্থাপনা কৰিছিল?
উত্তৰ- ব্ৰহ্ম পাল

১৮.ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল?
উত্তৰ- হৰ্ষৱৰ্ধন

১৯.কনকলতা বৰুৱা কোনখন আন্দোলনত মৃত্যুবৰণ কৰিছিল?
উত্তৰ- ভাৰত এৰি

২০.যোৰহাট ৰাজহুৱা সভাৰ সভাপতি কোন আছিল?
উত্তৰ- জগন্নাথ বৰুৱা

২১.অসম সংৰক্ষণ সমিতি কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ-অম্বিকাগিৰি ৰায়চৌধুৰীয়ে

২২.দ্বিতীয় ঘুৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল?
উত্তৰ-চন্দ্ৰধৰ বৰুৱা

২৩. ১৯৫৬ চনত ৰাজ্যসমূহৰ পুনৰ্গঠনৰ ভিত্তি কি আছিল?
উত্তৰ-ভাষা

২৪.NEP মানে?
উত্তৰ- National education policy

২৫.পুংগাল কোন ৰাজ্যৰ উৎসৱ?
উত্তৰ- তামিলনাডু

২৬.খালচা পন্থা কোনে আনিছিল?
উত্তৰ:-গুৰু গোবিন্দ সিঙে

২৭.ইৰাণৰ প্ৰক্ষেপিত প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ-Noor 1

২৮.Disaster management act passed when?
উত্তৰ:2005

২৯.বিহগী কবি কোন?
উত্তৰ-ৰঘুনাথ চৌধাৰী

৩০.দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাস?
উত্তৰ- জীৱনৰ বাটত আৰু সেউজীয়া পাতৰ দৰে

৩১.উমানন্দ মন্দিৰ পুনঃ নিৰ্মাণ কোনে কৰিছিল?
উত্তৰ- গদাধৰ সিংহ

৩২.কংগ্ৰেছৰ কোন অধিবেশনত মৌলিক অধিকাৰৰ প্ৰস্তাৱ লোৱা হৈছিল?
উত্তৰ-১৯৩১ চনৰ কৰাচী অধিবেশনত

৩৩.হুদুম উৎসৱ কোন জিলাত পালন কৰা হয়?
উত্তৰ-গোৱালপাৰা

৩৪.অশোকৰ শিলালিপি সমূহ পোন প্ৰথমে কোনে উদ্বাৰ কৰিছিল?
উত্তৰ-James princep

৩৫.১০ ডিচেম্বৰ কি দিৱস?
উত্তৰ-মানৱ অধিকাৰ

৩৬.কামৰূপৰ বিষয়ে কোন প্ৰশস্তিত উল্লেখ আছে?
উত্তৰ-এলাহাবাদ প্ৰশস্তিত

৩৭.খাজোৰাহো মন্দিৰ কোন বংশৰ ৰাজত্ব কালত হৈছিল?
উত্তৰ:--চাণ্ডেলা বংশ

৩৮.ভাৰতৰ প্ৰথম বাতৰি কাকত?
উত্তৰ-বেংগল গেজেট

৩৯.The history of the assam rifels written by?
উত্তৰ-L.W Shakespeare

৪০.ৰাজা ৰামমোহন ৰায়ক কোনে লণ্ডনলৈ পঠিয়াইছিল?
উত্তৰ- দ্বিতীয় আকবৰ শ্বাহে

৪১.কলিকতা হিন্দু কলেজ কোনে নিৰ্মান কৰিছিল?
উত্তৰ:-ৰাজা ৰামমোহন ৰায়ে

৪২.ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- ব্ৰহ্মৰ ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী।

Download Assam Police SI Question Paper : Click Here