Latest Job

চাকৰিৰ খবৰ : আবেদন কৰক ৪০০০+ পদত। অৰ্হতা – ৮ পাছৰ পৰা । Goverment Jobs

ভাৰত চৰকাৰৰ কেইবাটাও বিভাগে নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷ সেয়েহে, শেষলৈকে ইয়াক মনোযোগেৰে পঢ়ক আৰু আবেদন কৰিবলৈ অনলাইন পৰ্টেলৰ লিংকটো আমাৰ প্ৰবন্ধত আপোনাৰ বাবে উপলব্ধ কৰা হ’ব।

Latest Goverment Jobs

বিভিন্ন পদৰ বাবে খালী পদ মুকলি কৰা হৈছে যাৰ অনুসৰি আপোনাক নিযুক্তি দিয়া হ’ব। প্ৰতি বছৰে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰে কিন্তু কেৱল যোগ্য প্ৰাৰ্থীসকলক হে এই পদৰ বাবে নিয়োগ কৰা হয়। এই বিষয়ে অধিক তথ্যৰ বাবে, যদি আপুনি বিচাৰে, আপুনি অফিচিয়েল অধিসূচনা পঢ়ি পৰীক্ষা কৰিব পাৰে, যাৰ লিংক টো আমাৰ প্ৰবন্ধত দিয়া হৈছে।

১. ভাৰতীয় খাদ্য নিগম ত চাকৰি –

বিভাগৰ নাম ভাৰতীয় খাদ্য নিগম
পদৰ সংখ্যা ৪৭১০ টা
অৰ্হতা ৮ পাছৰ পৰা
আবেদনৰ অন্তিম তাৰিখ N/A
আবেদন & বিৱৰণ ইয়াত ক্লিক কৰক

. ডাক বিভাগত বৃহৎ নিযুক্তি –

পদ পোষ্টমেন, মেইল গাৰ্ড, এমটিএছ
পদৰ সংখ্যা প্ৰায় ৯৮০০০
আবেদনৰ অন্তিম তাৰিখ NA
আবেদন & বিৱৰণ  ইয়াত ক্লিক কৰক

৩.  SSC ফালৰ পৰা নতুন নিযুক্তি  

কৰ্তৃপক্ষৰ নাম SSC
পদৰ সংখ্যা ৪৩০০
পদ উপ-পৰিদৰ্শক
আবেদনৰ অন্তিম তাৰিখ ৩১-০৮-২০২২
আবেদন & বিৱৰণ ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

Related Articles

Back to top button