উপায়ুক্তৰ কাৰ্যালয় , শিৱসাগৰ :
অসম চৰকাৰৰ উপায়ুক্তৰ কাৰ্যালয় , শিৱসাগৰত কেইবাটাও কনিষ্ঠ সহায়ক পদত নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷
ডিপাৰ্টমেণ্ট | উপায়ুক্তৰ কাৰ্যালয় , শিৱসাগৰ |
পদৰ সংখ্যা | ১৩ টা |
আবেদন প্ৰক্ৰিয়া | অনলাইন |
আবেদনৰ অন্তিম তাৰিখ | ১০-০১-২০২১ |
পদৰ নামঃ কনিষ্ঠ সহায়ক
কাষ্ট অনুসৰি পদৰ সংখ্যাঃ
General | ১ টা |
OBC/MOBC | ৩ টা |
SC | ৩ টা |
EWS | ২ টা |
ST(H) & ST(P) | ৩ টা & ১ টা |
✅আবেদন কৰক ভাৰতীয় ৰেল বিভাগৰ ১০০৪ টা গ্ৰুপ ডি পোষ্টত
গুৰুত্বপূৰ্ণ তাৰিখসমূহ:
অনলাইন আবেদন দাখিলৰ আৰম্ভণি – ২৫ ডিচেম্বৰ ২০২০ ।
অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ – ১০ জানুৱাৰী ২০২১ ।
বয়সৰ সময়সীমাঃ
আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ১০ জানুৱাৰী ২০২১ তাৰিখলৈকে ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। লগতে ST/SC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব।
শিক্ষাগত অৰ্হতাঃ
এই পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীজন যিকোনো শাখাত স্নাতক ডিগ্ৰী/গ্ৰেজুৱেচন সম্পূৰ্ণ কৰা হ’ব লাগিব৷
আৰু
প্ৰাৰ্থীজন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অতকমেও ৬ মহীয়া কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।
আবেদন মাচুলঃ
আবেদন মাচুল নালাগে।
দৰমহাঃ
প্ৰতিমাহে ১৪,০০০/- টকাৰ পৰা ৬০,৫০০/- টকালৈকে লগতে ৬,২০০/- টকাৰ গ্ৰেড পে
নিৰ্বাচন প্ৰক্ৰিয়াঃ
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা আৰু এডমিট কাৰ্ড পোৱা প্ৰাৰ্থীয়ে প্ৰথমে লিখিত আৰু কম্পিউটাৰৰ পৰীক্ষাত অৱত্তীৰ্ণ হ’বলগীয়া হ’ব পাৰে।
কিদৰে আবেদন কৰিব লাগিব?
বিজ্ঞাপনৰ বিৱৰণ – ইয়াত ক্লিক কৰক ।
অনলাইন এপ্লিকেচন – ইয়াত ক্লিক কৰক ।
বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্ব তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।