ভেকচিন পাবলৈ ১৮ ঊৰ্ধ্বৰ ব্যক্তিয়ে কিদৰে পঞ্জীয়ন কৰিব লাগিব?Corona Vaccines for above 18 Years

যদি আপুনি কৰোনা প্ৰতিষেধক লম বুলি ভাবি আছে আৰু আপোনাৰ বয়স ১৮ বছৰ অতিক্ৰম কৰিছে তেতিয়াহলে আপোনাৰ বাবে আছে এটা সুখৰ খবৰ ।১ মে’ৰ পৰা লাভ কৰিব কৰোনা প্ৰতিষেধক । এই প্ৰতিষেধক লাভ কৰিবলৈ প্ৰথমতে আপুনি নিজৰ লগতে আপোনাৰ পৰিয়াল ৰ নাম পঞ্জীয়ন কৰিব লাগিব । এই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হব ২৮ মেৰ পৰা CoWin ৱেৱছাইট (Website )  ৰ যোগেদি ।এই Article টোত অনলাইনযোগে কিদৰে,কেনেকৈ পঞ্জীয়ন কৰিব নিজৰ নাম  সবিশেষ আলোচনা কৰিম ।

registration-for-covid-vaccine

ADVERTISEMENT

CoWIN portalত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া-

১. CoWIN websiteত গৈ Register/ Sign in yourself ত ক্লিক কৰিব ।

২. নিজৰ ফোন নম্বৰটো লিখি get otp ত ক্লিক কৰিব। ফোনত অহা otp টো চাইটত লিখি verify ত ক্লিক কৰিব।

ADVERTISEMENT

৩. পঞ্জীয়ন পেজত নাম, লিংগ, পৰিচয় পত্ৰ (ID) , জন্মৰ চন লিখি Register ত ক্লিক কৰিব।

৪. পঞ্জীয়ন হ’লে এপইণ্টমেণ্ট লাভৰ বাবে বিকল্প পাব, নামৰ কাষত থকা schedule ত ক্লিক কৰিব।

৫. আপোনাৰ পিন ক’ড লিখি search কৰক, স্ক্ৰীনত উল্লেখিত তাৰিখ আৰু সময় নিৰ্বাচন কৰি confirm ত ক্লিক কৰক।

ADVERTISEMENT

৬. এবাৰত ৪ জন ব্যক্তিৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ প্ৰক্ৰিয়াৰ দৰেই নিৰ্বাচন কৰি reschedule কৰিব পাৰিব সময়সূচী।

আপুনি পঞ্জীয়ন কৰাৰ সময়ত তলৰ যিকোনো এখন documents ৰ প্ৰয়োজন হব ...

  • Aadhaar Card
  • PAN Card
  • Voter ID
  • Driving License
  • Passport
  • NPR Smart Card
  • Pension Passbook

For English

COVID-19 Vaccination for above 18 years: How to Register
  1.  Visit the official website of CoWIN – cowin.gov.in
  2. Enter your 10-digit mobile number or Aadhaar number
  3. You will receive an OTP on the mobile number, enter it in the given space
  4. Once registered, schedule your preferred date and time
  5. Get your COVID-19 vaccination done.

For more Correct Information please visit official site.

Official Website of CoWIN : Click Here