অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়ত চাকৰিঃ অনলাইন আবেদন কৰক ১৫ টা লৱাৰ ডিভিজন ক্লাক পদৰ বাবে

 চাহ জনজাতি জনকল্যান সঞ্চালকালয়:

অসম চৰকাৰৰ চাহ জনজাতি জনকল্যান সঞ্চালকালয়ত কেইবাটাও লৱাৰ ডিভিজন ক্লাক পদত নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

 

ডিপাৰ্টমেণ্ট চাহ জনজাতি জনকল্যান সঞ্চালকালয়
পদৰ সংখ্যা ১৫ টা
আবেদন প্ৰক্ৰিয়া অনলাইন
আবেদনৰ অন্তিম তাৰিখ ৩১-১২-২০২০

পদৰ নামঃ লৱাৰ ডিভিজন ক্লাক

কাষ্ট অনুসৰি পদৰ সংখ্যাঃ

General ৫ টা
OBC ৪ টা
ST (P) ১ টা
EWS ৩ টা
ST(H) ২ টা

 ✅আবেদন কৰক ভাৰতীয় ৰেল বিভাগৰ ১০০৪ টা গ্ৰুপ ডি পোষ্টত

গুৰুত্বপূৰ্ণ তাৰিখসমূহ:

অনলাইন আবেদন দাখিলৰ আৰম্ভণি – ২০ ডিচেম্বৰ ২০২০ ।

অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ – ৩১ ডিচেম্বৰ ২০২০ ।

বয়সৰ সময়সীমাঃ

আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ৩১ মাৰ্চ ২০২০ তাৰিখলৈকে ১৮ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। লগতে ST/SC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব।

কিদৰে আবেদন কৰিব লাগিব?

ইচ্ছুক তথা বিজ্ঞাপনত বিচৰামতে অৰ্হতা থকা প্ৰাৰ্থীয়ে অহা ৩১ ডিচেম্বৰ ২০২০ তাৰিখৰ ভিতৰত অফিচিয়েল ৱেবছাইট https://ttwjobapplications.in/ ত গৈ অনলাইন আবেদন কৰিব পাৰিব। নাইবা তলৰ আৱশ্যকীয় লিংকত গৈও আবেদন কৰিব পাৰিব। শুদ্ধ তথ্যৰে আবেদন পত্ৰ পূৰণ কৰাৰ সময়ত এখন ডিজিটেল পাচপোৰ্ট চাইজৰ ফটো আৰু এটা ডিজিটেল স্বাক্ষৰ আপলোড কৰিব লাগিব।

 

শিক্ষাগত অৰ্হতাঃ

এই পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীজন ৪৫ শতাংশ নাম্বাৰৰ সৈতে যিকোনো শাখাত স্নাতক ডিগ্ৰী/গ্ৰেজুৱেচন সম্পূৰ্ণ কৰা হ’ব লাগিব৷ SC/ST/PWD প্ৰাৰ্থীৰ বাবে ৫ শতাংশ ৰেহাই থাকিব

আৰু

প্ৰাৰ্থীজন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অতকমেও ৬ মহীয়া কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।

আবেদন মাচুলঃ 

আবেদন মাচুল নালাগে।

দৰমহাঃ 

প্ৰতিমাহে ১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকালৈকে লগতে ৬,২০০/- টকাৰ গ্ৰেড পে

বয়সৰ সময়সীমাঃ

আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ৩১ মাৰ্চ ২০২০ তাৰিখলৈকে ১৮ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। লগতে ST/SC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব।

নিৰ্বাচন প্ৰক্ৰিয়াঃ

আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা আৰু এডমিট কাৰ্ড পোৱা প্ৰাৰ্থীয়ে প্ৰথমে লিখিত আৰু কম্পিউটাৰৰ পৰীক্ষাত অৱত্তীৰ্ণ হ’বলগীয়া হ’ব পাৰে।

গুৰুত্বপূৰ্ণ তাৰিখসমূহ:

অনলাইন আবেদন দাখিলৰ আৰম্ভণি – ২০ ডিচেম্বৰ ২০২০ ।

অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ – ৩১ ডিচেম্বৰ ২০২০ ।

 

বিজ্ঞাপনৰ বিৱৰণ – ইয়াত ক্লিক কৰক

অনলাইন এপ্লিকেচন  – ইয়াত ক্লিক কৰক

 

Leave a Comment

Your email address will not be published. Required fields are marked *